NEW!Assamese Video StatusInstall

Assamese Love Quotes

Android Developer in Assam
মানুহক ভালপােৱা দিলে, আজিকালি ওলােটাই ভালপােৱা ঘূৰাই নিদিয়ে। দুনিয়াখন বহুত স্বার্থপৰ আজিকালি,ল'ব জানে;কিন্তু ঘূৰাই দিব নাজানে।
অ' মোৰ পৰী
তুমিয়ে মোৰ জীৱন লগৰী
দেৰিকৈ আহিলো বুলি নধৰিবা ঢং
মাল অকমান খাই আহিছোঁ নকৰিবা খং।
মন গলে আহিবা এদিন কাষলে ......"স্বপ্ন যত নাই জীৱনো নাই " আছে মাথো নিৰাশাৰ ধোৱা।
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments