NEW!Assamese Video StatusInstall

Assamese Love Shayari | Assamese love shayari sms | assamese love lines

Android Developer in Assam
তােমাক ভালপােৱাৰ দায়িত্ব মােৰ
আৰু
মােৰ অভিমান ভঙাৰ দায়িত্ব তােমাৰ ।
জীৱনত সকলাে পাহৰিব পাৰি,
কিন্তু প্রথম ভালপােৱা কোনেও পাহৰিব নােৱাৰে
❤️❤️❤️
মৰম নামৰ কাগজখনত কেৱল তােমাৰেই নাম লিখিছিলাে, কিন্তু কালৰ ধুমুহাত সেয়া অচিনা ঠাইলৈ উৰি গ'ল, যিখন কাগজ আজিও মই বিচাৰাে।
ভালপােৱাৰ নামত আনক বেছি গুৰুত্ব দিলে এটা সময়ত আনৰ আগত নিজৰ মূল্য হেৰাই যায়।
শৰীৰ চুব পৰাতাে নহয়, হৃদয় চুব পৰাতাে প্রকৃত প্ৰেম।
প্রেম
তেতিয়া হয় যেতিয়া আপুনি নিজৰ সুখতকৈ বেলেগৰ সুখক গুৰুত্ব দিয়ে।
আজি আমি GF/BF হৈ আছোঁ।
এদিন আমিও HUSBAND/WIFE হম
“বিশ্বাসৰ অবিহনে প্রেমৰ কোনাে সম্পর্ক গঢ়িব নােৱাৰি আৰু সন্মানৰ অবিহনে সম্পর্ক এটাক আগুৱাই নিব নােৱাৰি”
তােমাৰ মেছেজ আহক বা নাহক
কিন্তু তােমাৰ কথাবােৰ মােৰ মনলৈ সদায় আহিয়েই থাকে
মৰমবােৰ কেনেকৈ ৰাখিবা হৃদয়ৰ ভগা জুপুৰিত কোনােবাই নিয়ে যদি চুৰ কৰি তাতােকৈ থওঁ নেকি তােমাৰ কপাঁলত এটি ৰঙা জোন আঁকি।
এবাৰ বুকুখনত হাতখন থৈ
নিজকে সুধি চোৱাচোন।
হয়তাে আজিও তােমাৰ
হিয়াৰ মাজত মােকে বিচাৰি পাবা।
তুমি মােৰ মনটোক বুজি পােৱা
মােৰ মনটোও হয়তাে তােমাৰ মৰমৰ দাস
সেইবাবে হয়তাে হাজাৰ খং অভিমানৰ পাছতাে তােমাৰ মাথাে এষাৰি মাততে সকলাে পাহৰি যাবলৈ মােক বাধ্য কৰাই।
কোনােবাই মােক সুধিছিল
"তেওঁ দেখােন তােমাক মনতেই নেপেলায়, তুমি কিয় মনত পেলােৱা?"
মই হাঁহি এটা মাৰি কওঁ
"সচা ভালপােৱাত আকৌ প্রতিযােগিতা কিহৰ!"
নাজানাে তােমাক কিমান ভালপাঁও,
নাজানাে তুমি আঁতৰি গ'লে কি কৰিম।
তথাপিও সদায় একেলগে থকাৰ আশাৰেই
তােমাক ভালপৗঁও বুজাব নােৱাৰাকৈ।।
প্রেম এবাৰে হয়, কেৱল সলনি হয়।
আধৰুৱা মৰমৰ অংশীদাৰ
আৰু এটা নতুন মনৰ, দেহৰ।
হয়, প্রেম এবাৰে হয়।।
ভালপােৱাখিনি বুকুৰ মাজত
আজিও সাঁচি থােৱাই আছে,
কেতিয়াবা তােমাৰ পৰশ পাব বুলি।
প্রেম এটি শব্দ, ভালপােৱা এক অনুভূতি।
জীৱন এক স্বপ্ন,
এই স্বপ্নৰ তুমি মােৰ আজীৱন লগৰী।
ভালপােৱাবােৰ এনেকৈয়ে থাকক,
তােৰ প্রতিটো উশাহত মােৰ হৃদয়ৰ স্পদন বাঢ়ক।
শেৱালী ফুলা ৰাতিবােৰত
শব্দবােৰে মালা গাঁঠক তােৰ পৰা মােলৈ,
তই মােৰ হৈ ৰ' সময়ে হাৰি যােৱাকৈ।
প্ৰেমৰ সংজ্ঞা
কেৱল প্রাপ্তি হােৱা হ'লে,
ৰাধা-কৃষ্ণৰ প্রেম
অমৰ নহ'লহেঁতেন।
যাযাবৰ অভিমানবােৰ যে এতিয়াও
হাতৰ মুঠিতেই বন্দী,
সেমেকা ৰাতিৰ বকুলজোপাতেই
সময়বােৰ বাগৰি যায়।
মাথােন তােমাক চোৱাৰ আশাত,
মাথােন তােমাক পােৱাৰ আশাত।
তােমাৰ বাবেইতাে ফুলি আছে,
বুকুত এপাহি
প্রেমৰ ৰঙা গােলাপ।
কেতিয়াবা নিজানতে, মনৰ অজানিতে
হাঁহি এটি বিৰিঙি উঠে।
জোনাক প্রিয় হৃদয়ে বিচাৰে জোনাকীৰ স্নিগ্ধতা,
এইয়া যে প্ৰেমৰ অন্য এক মাদকতা।
নিশাবােৰ উজ্জ্বলিছে জোনাকীৰ পােহৰে,
হৃদয়খন কপিছে তােমাৰ অবিহনে।
অস্থিৰ হৈ পৰিছে মন,
মৰমৰ অভাৱত উদং বুকুখন।
গােলাপ নাে কি ?
তুমিয়েইটো এপাহ ৰঙা গােলাপ,
জিলিকি ৰােৱা মােৰ মৰুময় হিয়াত।
জেতুকা পাতৰ দৰে তুমি আহিছিলা,
দুগালত সানি দিছিলা ৰঙা আৱিৰ।
বসন্ত কালৰ অশান্ত মনৰ দৰেই
দুচকুত জিলিকিছিল
অযুত অলেখ সপােন খন্তেকীয়া
জেতুকা পাতৰ দৰে, জেতুকা ৰঙৰ দৰে !!
কাঁইটেৰে ভৰা
পথ গৰকি দুয়াে আগুৱাই যাম।
মাত্র তােমাৰ হাতখন,
মােৰ হাতত তুলিটো চোৱা।
মােৰ প্ৰতিটো অমানিশাৰ
জোনাক হােৱা তুমি,
আচুতীয়া মােৰ হৃদয়ৰ কোঠালিৰ
মৰম হােৱা মাথোঁ তুমি।
সেই প্রেম সদায় অমৰ, য'ত স্বার্থৰ কোনাে স্থান নাথাকে।
জোনাকৰ আজি চকুলাে নিগৰে, সূৰুযে দেখােন আজি হাঁহে, তােমাৰ হিয়াৰে গােপন কোঠাত, মােৰাে মনে উচুপে।
হৃদয় খনক যিমানে নুবুজাও কিয়, বাৰে বাৰে একেটাই ভুল কৰে। একপক্ষীয় বুলি জানিও তােমাৰ প্ৰেমতেই পৰে।
এজাক ধুমুহা হৈ আহিছিলা তুমি, মােৰ হৃদয়ৰ বাগিছাখনি উকা কৰি থৈ গ'লাগৈ তুমি। তথাপিও ভাল পাওঁ সেই ধুমুহাজাকক, যি বন্ধুত্বৰ এনাজৰীৰে সজীৱ কৰি তুলিছে মােক।
দূৰত্ব বাঢ়িলে ভালপােৱা কমি নাযায়... আচলতে, ভালপােৱা কমিলেহে দূৰত্ব বাঢ়ি যায় ।।
ভালপোৱাত "সন্দেহ" আৰু "খং" সেইজনেই কৰে... যি ভালপোৱাজনক হেৰুৱাবলৈ ভয় কৰে।।

assamese love quotes for her

মােৰ মনৰ DSLR লেন্সখনত তােমাক সদায় FOCUS কৰিব বিচাৰাে। কিন্তু তুমি শেষ মুহূর্তত সদায় BLUR হৈ যােৱা। যিদিনাই তুমি FOCUS হ'বা, তােমাৰ ফটোখন মােৰ হৃদয়ৰ কেনভাছত ALBUM বনাই ৰাখিম।
দূৰত্ব বাঢ়িলে ভালপােৱা কমি নাযায়... আচলতে, ভালপােৱা কমিলেহে দূৰত্ব বাঢ়ি যায় ।।

Assamese Love Status

স্মৃতিবােৰ ও হয়তাে এক প্ৰকাৰৰ "প্ৰেমেই", সেইবাবে আমি বিচ্ছেদৰ পিছতাে স্মৃতিবােৰ বুকুত লৈ আগবাঢ়িব বিচাৰাে।

assamese love shayari sms

পাৰিলে সচাঁ প্ৰেম কৰিবা, আৰু যদি নােৱাৰা, তেতিয়া ঘৃণা কৰিবা...! কিন্তু, কেতিয়াও ভালপােৱাৰ মিছা অভিনয় নকৰিবা ৷।
টোপনিৰ ওপৰত নো কি অভিমান কৰিবা ? কাৰণ দোষী আচলতে সেই চেহেৰাটোহে যি মোক শুবলে নিদিয়ে।

assamese love lines

ভাল লাগে তোমাৰ নাম, মোৰ লগত । যেন কোনোবাটো ৰাতিপুৱা, সাঙোৰ খায় থাকে, এক ৰঙীন সন্ধিয়াৰ লগত ।
মন গলে আহিবা এদিন কাষলে ......"স্বপ্ন যত নাই জীৱনো নাই " আছে মাথো নিৰাশাৰ ধোৱা।
অ' মোৰ পৰী,
তুমিয়ে মোৰ জীৱন লগৰী,
দেৰিকৈ আহিলো বুলি নধৰিবা ঢং,
মাল অকমান খাই আহিছোঁ নকৰিবা খং।

Assamese Love Quotes

প্ৰিয়জনক ইমান বিশ্বাস কৰক যে কেতিয়াবা আপোনাক মিছা কলেও, আপোনাতকৈ তেওঁহে বেছি দুখ অনুভৱ কৰে ।
প্ৰেম মানেই বিশ্বাস
যি বয় হৃদয়ৰ পৰা হৃদয়লৈ।।

== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments