NEW!Assamese Video StatusInstall

Assamese Funny Shayari

Android Developer in Assam
বৰষুণৰ আগত দিয়া ধেৰেকনি
আৰু প্রপােজ কৰাৰ আগত দিয়া চেনি
দুয়ােটায়ে চমৎকাৰী 🙏😂
Murgi Puali'r nisina
cute girlfriend asil mur,
Kukure loi gol.
পঢ়িবলৈ বহিলেই কিতাপে কৈ উঠে...
এৰি দি চয়তান...তই মােৰ দেহ পালেও কেতিয়াও মন নাপাবি....
জীৱনত সুখ আৰু মােবাইলৰ চার্জ
কেতিয়া কেনেকৈ শেষ হৈ যায় বুজিবই নােৱাৰি।
কিছুমান ছােৱালী চন্দ্ৰৰ নিচিনা
ইহঁতৰ কোনাে নিজা পােহৰ নাই,
মেকাপৰ পােহৰত ইহঁত আলােকিত।
ইমানেই Single যে
😂
যাক চাওঁ তাৰে প্ৰেমত পৰাে
ফেচবুকত ছোৱালী পতাই বিয়া কৰাটো বিয়া নবোলে, ONLINE SHOPPING বোলে ।
কথাই প্রতি hmm hmm কৰি থকা কেইটাক সুধিছোঁ।
মােৰ লগত কথা পাতিলে বুকুখন হ'ম হ'ম কৰে নেকি?
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments