
কেতিয়াবা হয়তাে জীৱনত আঘাত পােৱাটোও প্রয়ােজন,
কিয়নাে উজুতি খালেহে শিলগুটিৰ ৰাস্তাতাে আন্ধাৰত খােজ দিব পাৰি...
শুভৰাত্ৰি
সময়
মানুহৰ প্রকৃত চৰিত্ৰ
চিনি পােৱাৰ একমাত্র হাথিয়াৰ...
শুভৰাত্ৰি
সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ কিন্তু, সমস্যাৰ সন্মুখীন হৈ, জীৱনৰ সৈতে যুদ্ধ কৰাটোহে কঠিন... শুভৰাত্ৰি
জীৱনেই হ'ল বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ধুনীয়া আৰু মহান বস্তু... শুভৰাত্ৰি ।।
আটাইতকৈ দুখীয়া ব্যক্তি সেইজন যিজনে পৃথিৱীৰ প্ৰত্যেকটো বস্তু টকাৰ মূল্যৰে কিনিব বিচাৰে... শুভৰাত্ৰি🌹
0 Comments