NEW!Assamese Video StatusInstall

Assamese Birthday Wish | জন্মদিনৰ শুভেচ্ছা বাণী

Android Developer in Assam
তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা" - জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো
ওপজা দিনৰ বহুত বহুত শুভকামনা জনালো ।।
জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালো।এইদৰে সদায়েই হাঁহি থাকিবি।
জন্মদিনৰ শুভেচ্ছা যাচিলো sweetheart 🎂🎂🎂
আশা কৰো তোমাৰ আহিব লগিয়া দিনবোৰ সুকলমে যাওঁক..তোমাৰ মনৰ কামনা পুৰ্ণ হওক সদায় হাঁহি থাকা..
again wish you happy birthday to you sweetheart 😘😘😘😘😘😘
love you..
জন্মদিনৰ শুভেচ্ছা জনালোঁ ৷ অনাগত দিনবোৰ সুন্দৰ , সুখৰ আৰু সফল হওক তাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছো ৷
জন্মদিনৰ বহুতো শুভেচ্ছা আৰু শুভকামনা থাকিল। আশা কৰো আগন্তুক দিনবোৰ সুখৰ হওক। সময়ৰ সোঁতত বন্ধুত্বৰ বান্ধোন হেৰাই যাব নিদিবা। আজি হয়তো ৩-৪ বছৰ একেলগে কটালো,এইকেইটা দিনত অজানিতে হোৱা ভুলৰ
বাবে মাৰ্জনা বিছাৰিছো। আমাৰ এই বন্ধুত্ব আৰু দীঘলীয়া হওক ।
তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা" - জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো ।
Happy Birthday #Partner
জীৱনত বহুতো ঘাট-প্ৰতিঘাট ..তাৰ মাজতো জন্মদিনৰ শুভেচ্ছা জনাইছো | আশা কৰিছো পাছৰ জীৱনটো তোৰ সুখৰ হওক |
জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল আপি।সদায় এনেকে থাকা যাতে ফুৰ্তি তামচা কৰি।ফেচবুকত চেনী খোৱাটো কমাবা অলপ। ক্ৰাচ ক্ৰাচ কে কান্দি নাথকিবা।বিশেষ কিনো কম সুখী হোৱা সদায়।
জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ অম্বিকা , ভগৱানে বাবুৰ সৈতে তোমালোকক কুশলে ৰাখক ।
#_Many_many_happy_returns_of_the_day_ ❣
জন্ম দিনৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ !
সদায় এনেদৰে হাহি থাকিবা ! তোমাৰ আহিব লগা দিনবোৰ যাতে সুখৰ হ‌ওঁক তাৰে কামনা কৰিছো ! সদায় আগবাঢ়ি যোৱা আৰু জীৱন বাটত কেতিয়াও থমকি ন'ৰবা !! আৰু কিছু দিনৰ পাছত ঘৰত গৈ আছো তেতিয়া পাৰ্টিটো দিবা বুলি আশা থাকিল দেই 😋।। শেষত আকৌ এবাৰ জন্মদিনৰ শুভেচ্ছা যাচিলোঁ।🙏🙏
ওপজা দিনৰ অযুত শুভকামনা যাচিলো তোমালৈ ।
সদায় হাঁহি আনন্দ সফলতা তোমাৰ দুৱাৰ পথেৰে গতি কৰক।
তোমাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত, তোমাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে" - তাৰেই কামনাৰে Happy Birthday.
মুখ খুলি ৰাখা , তোমাৰ জন্মদিন উপলক্ষে ৩ কিলো ৰসগোল্লা পঠিয়ালো"-
Happy Birthday.
Wishing You A Day Soft As Silk,
White As Milk,
Sweet As Honey And,
Full Of Money,
May All Your Dreams Come True -
Happy Birthday To You.
পোৱা-নোপোৱা সকলো জীৱনৰ খেল, অতীতক পাহৰি আৰম্ভ কৰা নতুন জীৱনৰ মেল, তাতেই তুমি সফল হোৱা"- শুভ জন্মদিন
মন হৃদয়ৰ আগত,
মৰম প্ৰেমৰ আগত,
সুখ দুখৰ আগত,
বন্ধু বন্ধুত্বৰ আগত,
আৰু মই সকলোতকৈ আগত,
তোমাক এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।
জন্মদিনৰ শুভেচ্ছা জনালোঁ, জেম-জেলি, লুচি-ভাজি ৰেডি কৰি ৰাখিবা - সন্ধিয়া আহি আঁছো
সুখ, সমৃদ্ধি, যশ, আনন্দ, সু-স্বাস্হ্যৰে তোমাৰ অনাগত দিনবোৰ জীপাল আৰু মধুৰ হৈ পৰাৰ কামনাৰে তোমালৈ জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো
তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী, কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ'বলগীয়া নহয়"- তাৰেই আঁশাৰে মোৰ ফালৰ পৰা জন্মদিনৰ শুভকামনা যাঁচিলো
এই জীৱনেই হৈছে সকলোতকৈ শ্রেষ্ঠ উপহাৰ, তোমাৰ জীৱনৰ প্ৰত্যেকটো কৰ্ম হৈ পৰক সফল আৰু আনন্দময় আৰু জীৱন হৈ পৰক সুখী" তাৰেই কামনাৰে - শুভ জন্মদিন
ফুলৰ সুগন্ধৰ দৰে তোমাৰ চৌপাশ মুখৰিত হওঁক, মনৰ সুখে তোমাৰ মনৰ পদুলি উপচাই ৰাখক" - তাৰেই কামনাৰে, জন্মদিনৰ শুভেচ্ছা জনাই এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।
দূখৰ তিক্ততা আঁতৰি, সুখৰ মিঠা অনুভৱেৰে তোমাৰ মন ৰঙীণ হৈ জীৱন হৈ পৰক সুখময়" - Happy Birthday
ওপজা দিনৰ শুভেচ্ছা জনালো ,জীৱনৰ প্ৰতিটো খোজতেই সাফল্যই ধৰা দিয়ক ;তাৰেই কামনা কৰিলো আপোনাৰ ওপজা দিনত.....
আজিৰ এই শুভ দিনটোত অতীতৰ সুখ আৱদ্ধ হওঁক তোমাৰ হৃদয়ত, অতীতৰ দুখবোৰ হেৰাই যাওঁক, আজিৰ পৰাই আৰম্ভ হওঁক জীৱনৰ কৰ্মৰ নতুন উদ্যম আৰু তুমি হোৱা নিপুণ খনিকৰ" - Happy Birthday To You.
এই দিনটো যেন বাৰে বাৰে ওভতি আঁহক, তোমাৰ জীৱনৰ অলেখ সঁপোনে তোমাক আৱৰি ধৰক" Happy Birthday
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments