NEW!Assamese Video StatusInstall

Assamese Good Morning Shayari

Android Developer in Assam
আটাইতকৈ দুখীয়া ব্যক্তি সেইজন যিজনে পৃথিৱীৰ প্ৰত্যেকটো বস্তু টকাৰ মূল্যৰে কিনিব বিচাৰে... শুভ ৰাতিপুৱা🙂🌻
সম্পর্ক যিমানেই গভীৰ নহওক কিয়; সকলাে কথাই প্রকাশ কৰি দিয়াটো উচিত নহয়৷ সম্পর্ক এটা জীয়াই থ’বলৈ কিছুমান কথা গােপনেই ৰাখিব লাগে.... সুপ্ৰভাত 🌻
সুপ্ৰভাত ।
সুন্দৰ দিন এটাৰ কামনাৰে সকলোলৈকে পুৱাৰ শুভকামনা জনালোঁ ।।
সকলোৰে আজিৰ দিনটো সুন্দৰ হোৱাৰ আশাৰে সুপ্ৰভাত জনালো।
চকুৱে বিচাৰি ফুৰে, তোমাকে চাবলে
বুকুৱে বিচাৰি ফুৰে, মৰম যাচিবলে
পাৰ ভঙা মৰমতে, বিচাৰো আবেগতে
মনৰঙা ফাগুনতে তুমি, যে আতৰতে 😍😍❣😘😘
*সু প্ৰভাত*☕☕
শুভ ৰাতিপুৱা বন্ধু । আশাকৰোঁ তোমাৰ আজিৰ দিনটো যাতে ভালে ভালে যায়।
মূৰ্খ মানুহৰ মূৰ্খামিৰ বাবে
সমাজ ধ্বংস নহয় , সমাজ ধ্বংস হয়
শিক্ষিত মানুহৰ মূৰ্খামিৰ বাবে ।
🙏 সুপ্ৰভাত 🙏
সন্তানক উপহাৰ নিদিলে কিছু সময়ৰ বাবে ঠেহ পাতিব বা কান্দিব, কিন্তু সংস্কাৰ নিদিলে আজীৱন নিজেও কান্দিব আৰু আনকো কন্দুৱাব ।
সুপ্ৰভাত ❣
জোনটি ওলালে তৰাটি ওলাব সু-সংবাদৰ বতৰা লৈ । এটি সুন্দৰ দিনৰ কামনাৰে আপোনাৰ লগতে আপোনাৰ ঘৰৰ সদৌটি লৈকে মই মোৰ ফালৰ পৰা সুভাষীস যাচিলো, যাতে আজিৰ এই দিনটো হাঁহি-ধেমালিৰে ভৰি পৰক ।
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments