NEW!Assamese Video StatusInstall

Assamese Breakup Status

Android Developer in Assam
মইতো গমেই নাপালো
তুমি প্ৰেমৰ বেপাৰ কৰিলা
আৰু এদিন মই তােমাৰ গ্ৰাহক বনি ৰ'লাে।
মৰমবােৰে অন্ধ কৰি পেলাইছিল
ভাবিবৰেই নহ'ল সেই মৰম বােৰৰ পিছত স্বার্থ আছিল
মনৰ কথাবােৰ কথাৰে প্ৰকাশ কৰিব নাজানোঁ।
সেয়েহে হয়তাে প্রতিবাৰেই হাৰি যাও তােমাৰ ওচৰত।
যিদিনা বুজি উঠিবা মােৰ মনৰ কথাবােৰ উচুপি উঠিবা চাগে তুমি সিদিনা মােৰ দুবাহুৰ মাজত।
মই জানোঁ
মই ভুল কৰিছিলোঁ।
কিন্তু তােমাৰ প্ৰতি থকা মােৰ ভালপােৱাখিনি মিছা নাছিল।
মােৰ মনত বহুতাে কথা আছে ক'বলৈ,
কিন্তু কাক নাে কম যােনে দুখত মােৰ লগত থাকিম বুলি প্রতিশ্রুতি দিছিল তেওঁ আজি মােৰ জীৱনতয়েই নাই৷
এদিন তােমাৰ
এনেকুৱা এটা সময় আহিব
যিদিনা মােলৈ নহয়
মই দিয়া মৰম বােৰলৈ
বৰকৈ মনত পৰিব ।
সেইদিনা মােক বহুত Miss কৰিবা,
কিন্তু বিচাৰিলেও বিচাৰি নাপাবা ।
সঁচাকৈ, তােমাৰ আঁতৰি যােৱাৰ উদ্দেশ্য যদি অন্য এজনৰ প্ৰতি থকা আসক্তি নহৈ মােৰ ওপৰত কৰা অভিমান হ'ল হেতেন।
চাল্লা বুকুৰ সমস্ত মৰমেৰে অভিমান ভাঙিলাে হয় তোমাৰ।
যেতিয়া অকলশৰীয়া হৈ পৰাে, মাজে মাজে এয়া ভাবিও শান্তি লওঁ "মই এতিয়া আৰু তােমাৰ বিৰক্তিৰ কাৰণ হৈ থকা নাই" 😏😞😔😟😕🙁
কাৰোবাক ইমান বেছি ভাল পাই নেপেলাব কাৰণ তেওঁ দিয়া আঘাত আপুনি সহ্য কৰিব নোৱাৰিব ।
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments