NEW!Assamese Video StatusInstall

Friendship day quotes in assamese | friendship quotes in assamese language | assamese friendship poem

Android Developer in Assam
এশজনমান বন্ধু থকাটো সৌভাগ্য নহয়, সৌভাগ্য এনেকুৱা এজনৰ লগত বন্ধুত্ব থকাটোহে, যিজনে তেতিয়াও আপােনাৰ লগত থাকে যেতিয়া এশজনে আহি আপােনাৰ বিৰুদ্ধে থিয় দিয়ে৷
Best Friend ও
একপ্রকাৰৰ চোৰ হয়।
যিয়ে চকুৰ চকুপানী, মনৰ চিন্তা, জীৱনৰ জটিলতাবােৰ চুৰ কৰি নিয়ে।
Friendship day বুলি লগৰ কেইটাৰ ফটো দুখনমান দিবলৈ মন আছিল।
কিন্তু কোনোবা এটা বাদ পৰি গলেই কুকুৰে নোখোৱা গালি খাম।
নিদিয়াই ভাল
বন্ধুত্বৰ বাবে কোনো নিৰ্দিষ্ট দিন নাই বুলি আৰম্ভ কৰি Friendship dayৰ ৩০টা মান পোষ্ট দিয়া সকলৰ লেভেলেই বেলেগ
বন্ধুত্ব মানে
নিজৰ ভাল দিনতাে বন্ধুক পাহৰি নােযােৱা।

assamese friendship poem

বন্ধুত্ব,
প্ৰেমতকৈ কোনােগুণে কম নহয়।
পার্থক্যতাে মাত্র নিজ নিজ চিন্তাধাৰাৰ !!
friendship quotes in assamese language

বন্ধুত্ব এনে এটি শব্দ, যাৰ পৰা জীৱনক পৃথক কৰিব নোৱাৰি।
friendship day quotes in assamese
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments