NEW!Assamese Video StatusInstall

Assamese motivational shayari | Assamese Motivational Quotes

Android Developer in Assam
জীৱনত হেৰাই যোৱা বস্তুবোৰক লৈ ইমান দুখ কিহৰ?🌸
বৰ্তমান যি পাই আছা সেইখিনিতে সুখী হোৱা আৰু ভৱিষ্যতে আহিব লগীয়াখিনিক সুন্দৰভাৱে আদৰিবলৈ পৰিকল্পনা কৰা।❣️🌻
প্রশংসা আৰু সমালােচনা
দুয়ােটাই গ্রহণ কৰি আগবাঢ়ক
কিয়নাে এপাহ ফুলৰ বাবে
ৰ’দ আৰু বৰষুণ দুয়ােটাই প্রয়ােজন।
🌼
খােজ এনেদৰে কাঢ়া,
যেন চিন ৰৈ যায় ।
কাম এনেদৰে কৰা,
যেন পৰিচয় ৰৈ যায় ।
পৃথিৱীত এদেৰে জীয়াই থকা,
যেন মৃত্যুৰ পাছত আর্দশ ৰৈ যায় ।
কোনােবাজন আঁতৰি গলেই জীৱনটো শেষ হৈ নাযায়, মনত ৰাখিব এজোপা গছেওতো প্রতিবছৰে নিজৰ সকলাে পাত হেৰুৱাই।
এগছি চাকিব দৰে হােৱা
সেই চাকিটোৱে যিমান পােহৰ ৰজাৰ ঘৰত দিয়ে সিমানখিনি পােহৰ দুখীয়াৰ ভঙা পজাতাে দিয়ে।।
ধুমুহা অহাটো প্ৰয়োজনীয়, কাৰণ তেতিয়াহে গম পাই কোনে হাত খামুচি ধৰিব আৰু কোনে এৰি দিব ।

assamese motivational shayari

সমস্যাৰ পৰা আঁতৰি
পলাই ফুৰাটো সহজ কিন্তু,
সমস্যাৰ সন্মুখীন হৈ,
জীৱনৰ সৈতে যুদ্ধ কৰাটোহে কঠিন ।

assamese motivational status

ভাগ্যক ধিয়াই বহি থকাতকৈ ভাগ্য গঢ়িবলৈ চেষ্টা কৰা, দেখিবা জীৱন নামৰ কিতাপখনৰ প্ৰতিটো পৃষ্ঠা সুন্দৰ হৈ পৰিছে।।
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments