NEW!Assamese Video StatusInstall

Assamese Heart Touching Quotes

Android Developer in Assam
Assamese Heart Touching Quotes
কাৰােবাৰ বিষয়ে ভালকৈ কোৱাৰ সময়ত সকলাে মৌন হৈ থাকে কিন্তু যেতিয়া বেয়াকৈ ক'বলগীয়া হয় তেতিয়া বােবাটোৰ মুখতাে মাত ওলায়৷
বিচাৰি ফুৰা সকলোবোৰ যদি পাইয়ে যাওঁ, জীৱন আৰু সপোনৰ মাজত পাৰ্থক্য ক'ত থাকিব।
জীৱনত হেৰাই যোৱা বস্তুবোৰক লৈ ইমান দুখ কিহৰ?🌸
বৰ্তমান যি পাই আছা সেইখিনিতে সুখী হোৱা আৰু ভৱিষ্যতে আহিব লগীয়াখিনিক সুন্দৰভাৱে আদৰিবলৈ পৰিকল্পনা কৰা।❣️🌻
আটাইতকৈ দুখীয়া ব্যক্তি সেইজন যিজনে পৃথিৱীৰ প্ৰত্যেকটো বস্তু টকাৰ মূল্যৰে কিনিব বিচাৰে।🙂🌻
আপুনি কিমান দুখীয়া তাক লৈ দুখী হােৱাৰ প্রয়ােজন নাই, যদি আপােনাৰ এটা পৰিয়াল আছে, তেন্তে আপােনাৰ সকলাে আছে৷
প্রশংসা আৰু সমালােচনা
দুয়ােটাই গ্রহণ কৰি আগবাঢ়ক
কিয়নাে এপাহ ফুলৰ বাবে
ৰ’দ আৰু বৰষুণ দুয়ােটাই প্রয়ােজন।
🌼
তােমাক ভালপােৱাৰ দায়িত্ব মােৰ
আৰু
মােৰ অভিমান ভঙাৰ দায়িত্ব তােমাৰ ।
ভালপােৱাৰ নামত আনক বেছি গুৰুত্ব দিলে এটা সময়ত আনৰ আগত নিজৰ মূল্য হেৰাই যায়
মানুহৰ অভাব অসীম
মানুহ নামৰ জীৱটোৰ অভাব কোনাে দিনেই নকমে
ইয়েই বাস্তৱ...
এশজনমান বন্ধু থকাটো সৌভাগ্য নহয়, সৌভাগ্য এনেকুৱা এজনৰ লগত বন্ধুত্ব থকাটোহে, যিজনে তেতিয়াও আপােনাৰ লগত থাকে যেতিয়া এশজনে আহি আপােনাৰ বিৰুদ্ধে থিয় দিয়ে৷
এবাৰ বুকুখনত হাতখন থৈ
নিজকে সুধি চোৱাচোন।
হয়তাে আজিও তােমাৰ
হিয়াৰ মাজত মােকে বিচাৰি পাবা।
হাঁহিবােৰক কেতিয়াও হেৰাই যাবলৈ নিদিবা,
হেৰাই যােৱা মুখৰ হাঁহি ঘূৰাই আনিবলৈ বহুত কঠিন।
1 টকা
এটাৰ মূল্য সেই সকলে হে জানে,
যিয়ে এসাজ খাই আন এসাজৰ বাবে চিন্তা কৰিব লগীয়া হয়।
অর্থাৎ আমাৰ নিচিনা মধ্যবিত্ত বােৰে।
মিছা কৈ হলেও কেতিয়াবা সকলােৰে পৰা আঁতৰি থাকি ভাল লাগে।
নিজৰ লগত অকণমান সময় পাওঁ,
দুখবােৰ নিজৰ মাজতে হেৰুৱাবলৈ।
যিজন সলনি হবলৈ জানে,
সেইজনেই আগবাঢ়িব পাৰে।।
নিশাবােৰ উজ্জ্বলিছে জোনাকীৰ পােহৰে,
হৃদয়খন কপিছে তােমাৰ অবিহনে।
অস্থিৰ হৈ পৰিছে মন,
মৰমৰ অভাৱত উদং বুকুখন।
কাঁইটেৰে ভৰা
পথ গৰকি দুয়াে আগুৱাই যাম।
মাত্র তােমাৰ হাতখন,
মােৰ হাতত তুলিটো চোৱা।
জীৱনৰ জখলাটোৰ পৰা পৰি গ'লে উঠাই দিবলৈ কোনাে নাহে। কিন্তু উঠি গ'লে, পেলাই দিবলৈ সকলাে আহে।।
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments