NEW!Assamese Video StatusInstall

ৰঙালী বিহুৰ শুভেচ্ছা। ব'হাগ বিহুৰ শুভেচ্ছা। Happy Bohag Bihu Wishes

Android Developer in Assam
"বিহু আনন্দীয়া বিহু বিনন্দীয়া
বিহুটি অসমৰ প্ৰাণ;
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান।”
সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো । -- আশীষ শইকীয়া ।
ব'হাগ মাথো এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ "
সকলোলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহ-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , আটাইকে আন্তৰিক শুভকামনা জনালোঁ।
অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
বিহুটি অলিয়া
বিহুটি বলিয়া
বিহু আমাৰ আচলৰ ধন
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গলে বিনাবা কাক...
#বহাগ_বিহুৰ_ওলগ_যাচিছোঁ_সকলোলৈকে__
#কুশলে_থাকক_আটায়ে__
মোৰ ফালৰ পৰা সকলোলৈ চেনেহৰ ৰঙালী বিহুটিৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।

== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments