NEW!Assamese Video StatusInstall

Assamese Quotes on life

Android Developer in Assam
বিচাৰি ফুৰা সকলোবোৰ যদি পাইয়ে যাওঁ, জীৱন আৰু সপোনৰ মাজত পাৰ্থক্য ক'ত থাকিব।
জীৱনত হেৰাই যোৱা বস্তুবোৰক লৈ ইমান দুখ কিহৰ?🌸
বৰ্তমান যি পাই আছা সেইখিনিতে সুখী হোৱা আৰু ভৱিষ্যতে আহিব লগীয়াখিনিক সুন্দৰভাৱে আদৰিবলৈ পৰিকল্পনা কৰা।❣️🌻
কেতিয়াবা হয়তাে জীৱনত আঘাত পােৱাটোও প্রয়ােজন, কিয়নাে উজুতি খালেহে শিলগুটিৰ ৰাস্তাতাে আন্ধাৰত খােজ দিব পাৰি।
মানুহৰ জীৱনৰ আটাইটকৈ ডাঙৰ শিক্ষক হ'ল জীৱন। কাৰণ, জীৱনে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায়।।
কিতাপ নপঢ়াকৈ আমি যি শিকোঁ তাকেইটো জীৱন বুলি কয়।।
জীৱনত সকলাে পাহৰিব পাৰি,
কিন্তু প্রথম ভালপােৱা কোনেও পাহৰিব নােৱাৰে
❤️❤️❤️
মানুহৰ অভাব অসীম
মানুহ নামৰ জীৱটোৰ অভাব কোনাে দিনেই নকমে
ইয়েই বাস্তৱ...
খােজ এনেদৰে কাঢ়া,
যেন চিন ৰৈ যায় ।
কাম এনেদৰে কৰা,
যেন পৰিচয় ৰৈ যায় ।
পৃথিৱীত এদেৰে জীয়াই থকা,
যেন মৃত্যুৰ পাছত আর্দশ ৰৈ যায় ।
জীৱনটো এখন যুদ্ধক্ষেত্ৰৰ দৰে,
যুঁজ দি যােৱাতহে ইয়াৰ প্রকৃত আনন্দ।
মানুহবােৰাে কি আচৰিত
হাঁহি থকা দেখিলে জ্বলে উদাস হৈ থাকিলে প্রশ্ন সােধে
সময়
মানুহৰ প্রকৃত চৰিত্ৰ
চিনি পােৱাৰ একমাত্র হাথিয়াৰ
সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ কিন্তু, সমস্যাৰ সন্মুখীন হৈ, জীৱনৰ সৈতে যুদ্ধ কৰাটোহে কঠিন ।
না মই জীৱনক কিবা দিব পাৰিছোঁ, না জীৱনে মােক কিবা দিব পাৰিছে, মাথোঁ এনেকৈয়ে জীয়াই আছোঁ।।
জীৱনৰ জখলাটোৰ পৰা পৰি গ'লে উঠাই দিবলৈ কোনাে নাহে। কিন্তু উঠি গ'লে, পেলাই দিবলৈ সকলাে আহে।।
জীৱনৰ সকলাে দুখ আৰু সমস্যাবােৰ বিক্ৰী কৰিব পৰা হ'লে কিজানি ই এই পৃথিৱীৰ সকলােতকৈ ধনী ব্যক্তি মইয়েই হ'লাে হয়।
জীৱনত সুখ আৰু মােবাইলৰ চার্জ
কেতিয়া কেনেকৈ শেষ হৈ যায় বুজিবই নােৱাৰি।
জীৱনত কাক, কেতিয়া, ক’ত
কামত লাগিব সেয়া কোনেও নাজানে,
সেয়ে সকলােৰে লগত ভাল ব্যাৱহাৰ কৰা শিকক।
কেতিয়াবা কেতিয়াবা গুৰত্ব বুজিবলৈ দূৰত্বৰ প্রয়ােজন হয়।।
জীৱনটো সদায় হাঁহিৰেই উদযাপন কৰিবলৈ চেষ্টা কৰক,
কিয়নাে আমি কোনেও নাজানাে জীৱন আৰু কিমান বাকী !
নিজৰ পৰিশ্ৰমৰ ওপৰত কষ্ট কৰি ডাঙৰ হোৱা মানুহৰ হিংসা নামৰ বস্তুটো নাথাকে ।
ৰূপ বেয়া হলেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিব পাৰি, কিন্তু চৰিত্ৰ বেয়া হলে তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিব নোৱাৰি ।
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments