NEW!Assamese Video StatusInstall

Assamese Advice Quotes |

Android Developer in Assam
সম্পর্ক যিমানেই গভীৰ নহওক কিয়; সকলাে কথাই প্রকাশ কৰি দিয়াটো উচিত নহয়৷ সম্পর্ক এটা জীয়াই থ’বলৈ কিছুমান কথা গােপনেই ৰাখিব লাগে৷
প্রয়ােজনতকৈ বেছি কাৰো বাবে উপলব্ধ নহ’ব অন্যথা এদিন আপুনি নিজৰ সন্মান আৰু গুৰত্ব হেৰুৱাব লাগিব৷
নিজকে সদায় এনেদৰে গঢ়িবলৈ
চেষ্টা কৰা যে, কোনােবাই এৰি গ'লেও
তােমাক পাহৰি যাব নােৱাৰে।
এগছি চাকিব দৰে হােৱা
সেই চাকিটোৱে যিমান পােহৰ ৰজাৰ ঘৰত দিয়ে সিমানখিনি পােহৰ দুখীয়াৰ ভঙা পজাতাে দিয়ে।।
হাঁহিবােৰক কেতিয়াও হেৰাই যাবলৈ নিদিবা,
হেৰাই যােৱা মুখৰ হাঁহি ঘূৰাই আনিবলৈ বহুত কঠিন।
জীৱনত কাক, কেতিয়া, ক’ত
কামত লাগিব সেয়া কোনেও নাজানে,
সেয়ে সকলােৰে লগত ভাল ব্যাৱহাৰ কৰা শিকক।
আপােনাক গুৰুত্ব দিয়াজনক আপুনিও গুৰুত্ব দিবলৈ শিকি লওক ।
কিয়নাে জীৱনলৈ অহা কিছুমান বিশেষ মানুহ এবাৰ আঁতৰি গ'লে উভটি নাহে।।
সুখী হােৱাৰ কিটিপটো হ'ল আপােনাৰ কোনটো বিষয়ত মনটো আপোনা আপুনি গতি কৰে সেই দিশে যােৱা।
ভাগ্যক ধিয়াই বহি থকাতকৈ ভাগ্য গঢ়িবলৈ চেষ্টা কৰা, দেখিবা জীৱন নামৰ কিতাপখনৰ প্ৰতিটো পৃষ্ঠা সুন্দৰ হৈ পৰিছে।।
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments