NEW!Assamese Video StatusInstall

Assamese Attitude Status

Android Developer in Assam
মই‌ নিজক ভাল পাওঁ কাৰণ যি নিজক ভাল নাপায় সি কেতিয়াও আনক ভালপাব নোৱাৰে। তুমি মোক স্বাৰ্থপৰ ক'লেও ক'ব পাৰা❣️‌কাৰণ মই জীৱনটো নিজৰ মতেই উপভোগ কৰিব খোজোঁ।
বয়স চায় নহয়,
আচৰণ চায় সন্মান কৰাে
হয় এইজনেই মই
কিছুমান মানুহক আপুনি কেতিয়াও সুখী কৰিব নােৱাৰিব, আপুনি যদি নিজৰ তেজ ও খােৱাই দিয়ে তেন্তেও ক’ব তেজটো সিমান ৰঙা নহয়, কিবা কমলা ৰঙৰ আছিল।
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments