NEW!Assamese Video StatusInstall

Assamese Emotional Status

Android Developer in Assam
মৰম নামৰ কাগজখনত কেৱল তােমাৰেই নাম লিখিছিলাে, কিন্তু কালৰ ধুমুহাত সেয়া অচিনা ঠাইলৈ উৰি গ'ল, যিখন কাগজ আজিও মই বিচাৰাে।
মানুহৰ অভাব অসীম
মানুহ নামৰ জীৱটোৰ অভাব কোনাে দিনেই নকমে
ইয়েই বাস্তৱ...
মানুহবােৰাে কি আচৰিত
হাঁহি থকা দেখিলে জ্বলে উদাস হৈ থাকিলে প্রশ্ন সােধে
অপেক্ষা, যাত্ৰাৰ কথা তেওক সােধা যিয়ে নিসংগতাৰ জীৱন কটাইছে।
তােমাক হেৰুৱাই পেলাম বুলি কেতিয়াবা বহুত ভয় লাগে।
পিছত হে মনত পৰে তুমি দেখােন মােৰ কোনাে নহয়।
মনৰ কথাবােৰ কথাৰে প্ৰকাশ কৰিব নাজানোঁ।
সেয়েহে হয়তাে প্রতিবাৰেই হাৰি যাও তােমাৰ ওচৰত।
যিদিনা বুজি উঠিবা মােৰ মনৰ কথাবােৰ উচুপি উঠিবা চাগে তুমি সিদিনা মােৰ দুবাহুৰ মাজত।
মই সদায় হাঁহি থাকোঁ
তাৰমানে এইটো নহয় যে
মই সদায় সুখত থাকোঁ
😔😔😔
হাঁহিবােৰক কেতিয়াও হেৰাই যাবলৈ নিদিবা,
হেৰাই যােৱা মুখৰ হাঁহি ঘূৰাই আনিবলৈ বহুত কঠিন।
মােৰ মনত বহুতাে কথা আছে ক'বলৈ,
কিন্তু কাক নাে কম যােনে দুখত মােৰ লগত থাকিম বুলি প্রতিশ্রুতি দিছিল তেওঁ আজি মােৰ জীৱনতয়েই নাই৷
প্রতিশ্রুতিলৈ আশা নকৰাে,
কাৰণ আন্ধাৰত নিজৰ ছাঁটোৱেও লগ এৰি দিয়ে।
জীৱনত সুখ আৰু মােবাইলৰ চার্জ
কেতিয়া কেনেকৈ শেষ হৈ যায় বুজিবই নােৱাৰি।
আমাৰ চকুজুৰিয়ে, সাধাৰণতে, সেইবোৰ বস্তুহে পচন্দ কৰে, যাক সহজতে পাবলৈ কঠিন। 😏😣😕
কাৰোবাক ইমান বেছি ভাল পাই নেপেলাব কাৰণ তেওঁ দিয়া আঘাত আপুনি সহ্য কৰিব নোৱাৰিব ।
মিছা কৈ হলেও কেতিয়াবা সকলােৰে পৰা আঁতৰি থাকি ভাল লাগে।
নিজৰ লগত অকণমান সময় পাওঁ,
দুখবােৰ নিজৰ মাজতে হেৰুৱাবলৈ।
জীয়া জীয়া স্মৃতিবােৰ আলফুলে সমাধিস্থ কৰাৰ পাছতাে বনৰীয়া গােলাপ হৈ আলফুলে ফুলি ৰম | সেই সমাধিত...
তাত অভিমান কৰি কি লাভ য'ত আমাৰ অভিমানৰ কোনাে মূল্য নাই৷ কেতিয়াবা আমাৰ অভিমানাে ভাঙিবা চোন, কাৰণ আমিও মানুহ হে, দুখ আমিও পাওঁ।
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments