NEW!Assamese Video StatusInstall

Assamese sad quotes

Android Developer in Assam
তাই হ'ল এখিলা উকা কাগজ,
মই হ'লো এটা কলম.. !
লিখি আছোঁ মূল্যহীন শব্দবোৰ,
কলিজাৰ ৰঙা তেজৰ নিলা চিয়াঁহীৰে ..!"🌹😔
মৰম নামৰ কাগজখনত কেৱল তােমাৰেই নাম লিখিছিলাে, কিন্তু কালৰ ধুমুহাত সেয়া অচিনা ঠাইলৈ উৰি গ'ল, যিখন কাগজ আজিও মই বিচাৰাে।
দুখবােৰ WhatsApp ৰ status লিখাে
কাৰণ শুনিবলৈ যে কোনােৱে নাই
মানুহবােৰাে কি আচৰিত
হাঁহি থকা দেখিলে জ্বলে উদাস হৈ থাকিলে প্রশ্ন সােধে
অপেক্ষা, যাত্ৰাৰ কথা তেওক সােধা যিয়ে নিসংগতাৰ জীৱন কটাইছে।
তােমাক হেৰুৱাই পেলাম বুলি কেতিয়াবা বহুত ভয় লাগে।
পিছত হে মনত পৰে তুমি দেখােন মােৰ কোনাে নহয়।
মনৰ কথাবােৰ কথাৰে প্ৰকাশ কৰিব নাজানোঁ।
সেয়েহে হয়তাে প্রতিবাৰেই হাৰি যাও তােমাৰ ওচৰত।
যিদিনা বুজি উঠিবা মােৰ মনৰ কথাবােৰ উচুপি উঠিবা চাগে তুমি সিদিনা মােৰ দুবাহুৰ মাজত।
মই সদায় হাঁহি থাকোঁ
তাৰমানে এইটো নহয় যে
মই সদায় সুখত থাকোঁ
😔😔😔
ভবা নাছিলোঁ যে
এদিন চকুপানী লুকুৱাই থৈ
হাঁহি থকাৰ অভিনয় কৰিব লাগিব ।
ভগৱানে সকলােৰে কথা শুনে।
কিন্তু যেতিয়া মই কিবা কওঁ কাণত হেডফোন লগাই শুই যায়।
😔😔😔
মােৰ মনত বহুতাে কথা আছে ক'বলৈ,
কিন্তু কাক নাে কম যােনে দুখত মােৰ লগত থাকিম বুলি প্রতিশ্রুতি দিছিল তেওঁ আজি মােৰ জীৱনতয়েই নাই৷
প্রতিশ্রুতিলৈ আশা নকৰাে,
কাৰণ আন্ধাৰত নিজৰ ছাঁটোৱেও লগ এৰি দিয়ে।
এদিন তােমাৰ
এনেকুৱা এটা সময় আহিব
যিদিনা মােলৈ নহয়
মই দিয়া মৰম বােৰলৈ বৰকৈ মনত পৰিব ।
সেইদিনা মােক বহুত Miss কৰিবা,
কিন্তু বিচাৰিলেও বিচাৰি নাপাবা ।
1 টকা
এটাৰ মূল্য সেই সকলে হে জানে,
যিয়ে এসাজ খাই আন এসাজৰ বাবে চিন্তা কৰিব লগীয়া হয়।
অর্থাৎ আমাৰ নিচিনা মধ্যবিত্ত বােৰে।
মিছা কৈ হলেও কেতিয়াবা সকলােৰে পৰা আঁতৰি থাকি ভাল লাগে।
নিজৰ লগত অকণমান সময় পাওঁ,
দুখবােৰ নিজৰ মাজতে হেৰুৱাবলৈ।
তােমাক সময়ে সলনি কৰিলে নে তুমি নিজেই সলনি হৈ গ'লা ? তুমিয়ে কৈছিলা দেখােন সলনি নহওঁ বুলি।।
জীৱনৰ জখলাটোৰ পৰা পৰি গ'লে উঠাই দিবলৈ কোনাে নাহে। কিন্তু উঠি গ'লে, পেলাই দিবলৈ সকলাে আহে।।
জীৱনৰ সকলাে দুখ আৰু সমস্যাবােৰ বিক্ৰী কৰিব পৰা হ'লে কিজানি ই এই পৃথিৱীৰ সকলােতকৈ ধনী ব্যক্তি মইয়েই হ'লাে হয়।
তাত অভিমান কৰি কি লাভ য'ত আমাৰ অভিমানৰ কোনাে মূল্য নাই৷ কেতিয়াবা আমাৰ অভিমানাে ভাঙিবা চোন, কাৰণ আমিও মানুহ হে, দুখ আমিও পাওঁ।
না মই জীৱনক কিবা দিব পাৰিছোঁ, না জীৱনে মােক কিবা দিব পাৰিছে, মাথোঁ এনেকৈয়ে জীয়াই আছোঁ।।
মানুহক ভালপােৱা দিলে, আজিকালি ওলােটাই ভালপােৱা ঘূৰাই নিদিয়ে। দুনিয়াখন বহুত স্বার্থপৰ আজিকালি,ল'ব জানে;কিন্তু ঘূৰাই দিব নাজানে।
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments